ৰামধেনু

ৰামধেনু- সাতোৰঙী ৰামধেনুৰ আকৰ্ষণ আৰু মোহনীয়তা সকলোৰে বাবেই অনস্বীকাৰ্য্য।

কণ কণ এজাক শিশুৰ মাজেৰে ৰামধেনুৰ সাতোৰঙী আৱেগক সাকাৰ কৰাৰ সপোনেৰেই এদিন আৰম্ভ হৈছিল ৰামধেনু মইনা পাৰিজাতৰ যাত্ৰা। শিশুৰ মনস্তত্ব আৰু ৰঙীন পৃথিৱীখনৰ জটিল মনোবৈজ্ঞানিক পৰিধিক মানসিক, বৌদ্ধিক আৰু অনুভুতিৰ পৃথিৱীখনৰ সৈতে সমান্তৰাল ভাৱে পৰিচয় কৰাই দিয়াৰ মানসেৰে কেইটিমান শিশুৰে আৰম্ভ কৰা ৰামধেনুৰ সপোন আকাশৰ পৰিধি ভঙাৰ।

ৰামধেনুৰ ৰঙেৰে প্ৰতিটি শিশুৰেই আকাশ ৰঙীন হৈ ৰওক প্ৰতিদিন।।

দেওবাৰ ১৬-০২-২০১৪

5 item(s) « 1 of 2 »

দেওবাৰ ২৩-০২-২০১৪

28 item(s) « 1 of 7 »

দেওবাৰ ০৯-০৩-২০১৪

4 item(s)

দেওবাৰ ২৩-০৩-২০১৪

31 item(s) « 1 of 8 »

দেওবাৰ ২০-০৪-২০১৪

6 item(s) « 1 of 2 »